Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Traffic Star

Mandiad

Atomic Image Slider & Breking News

Breaking

Monetag Ad

Slider Menu

Slider Menu

ঘৰতে এনেদৰে তৰমুজৰ চৰবত প্ৰস্তুত কৰক

ঘৰতে এনেদৰে তৰমুজৰ চৰবত প্ৰস্তুত কৰক।




(অপূৰ্ব দাস )


গৰমৰ বতৰত তৰমুজ সকলোৱে খাই ভাল পায়। ইয়াৰ উপকাৰিতাও আছে। তৰমুজে দেহ শীতল কৰাৰ লগতে দেহৰ পানীৰ অভাৱ দূৰ কৰে। পেট গৰম হোৱা সমস্যা থাকিলে তৰমুজৰ ৰস খাব লাগে। বৃক্কৰ সমস্যা আৰু লিভাৰৰ সমস্যাত তৰমুজৰ ৰস খুবেই ভাল।
দেহত ঘামচি আৰু শালমইন থাকিলে ইয়াৰ ৰস খাব লাগে, লগতে মচুৰ দাইলৰ গুড়িৰ লগত মিহলি কৰি ছালত লগালে ঘামচি, শালমইন আৰু ৰ'দে পোৰা দাগ দূৰ হয় ।






এনেদৰে ঘৰতে প্ৰস্তুত কৰক তৰমুজৰ চৰবত:







(১) এটা তৰমুজ 
(২) এটা নেমু
(৩) পুদিনাৰ পাত
(৪) চেনি ৪-৫ চামুচ


প্ৰনালী: প্ৰথমে তৰমুজৰ বাকলি আঁতৰাই মিহিকৈ কাটি মিক্সাৰ গ্ৰেণ্ডাৰত গুৰি কৰিব। এতিয়া তাৰ ৰস এখন চেকনিৰে চেকি উলিয়াব। ইয়াত নেমুৰ ৰস আৰু চেনি দিব।
সোৱাদৰ বাবে কিচমিচ বা চেৰী আদিও দিব পাৰে।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection