শেহতীয়াকৈ পোহৰলৈ আহিছে নাৰায়ণ দাসৰ এই অপকৰ্ম। এক লজ্জাজনক অমানৱীয় ঘটনা!
অনলাইন অভিযোগৰ ভিত্তিত প্ৰানী সুৰক্ষা অপৰাধ নিয়ন্ত্ৰণ শাখাই মৰিগাঁও আৰক্ষীৰ সহযোগত নাৰায়ণ দাসৰ ঘৰত অভিযান চলাইছিল। অভিযানৰ অন্তত নাৰায়ণ দাসৰ কূ-কৰ্মৰ কথা পোহৰলৈ আহে। এই ঘটনা সংঘটিত হৈছে মৰিগাঁওৰ ন ভেতিত। CC টিভিত বন্দী সেই দৃশ্য বাতৰি ভিভাগে সন্মানৰ খাটিৰত দেখুৱাব নোৱাৰে।