অসম লোকসেৱা আয়োগে মীন বিভাগৰ অধীনত ৩২টা কনিষ্ঠ অভিযন্তা (অসামৰিক) পদত নিযুক্তিৰ বাবে নিয়োগ অধিসূচনা প্ৰকাশ কৰিছে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে ইয়াত অনলাইন আবেদন কৰিব পাৰিব।
শেষ তাৰিখ: ০২/০৬/২০২৫।
vacancy:
(1) UR: 13,
(2) OBC/ MOBC: 9
(4) OBC/MOBC
(Tea Tribe & Adivasi Community): 1
(5) SC: 3
(6) STP: 3
(7) STH: 3
বয়সৰ সীমাঃ ০১-০১-২০২৫ তাৰিখৰ দৰে পৰীক্ষাৰ্থীৰ বয়স ১৮ বছৰৰ কম আৰু ৪০ বছৰৰ অধিক হ’ব নালাগে।
শিক্ষাগত অৰ্হতা:
(ক) প্ৰাৰ্থীৰ এআইচিটিইৰ স্বীকৃতিপ্ৰাপ্ত যিকোনো কাৰিকৰী প্ৰতিষ্ঠানৰ পৰা চিভিল ইঞ্জিনিয়াৰিং/ কনষ্ট্ৰাকচন টেকন’লজি/ চিভিল ইঞ্জিনিয়াৰিং এণ্ড প্লেনিঙত ৩ (তিনি) বছৰৰ ডিপ্লমা থাকিব লাগিব।
(ক) ডিপ্লমা পাঠ্যক্ৰমটো নিয়মীয়া পাঠ্যক্ৰম হ’ব লাগিব। Distance mode of education ৰ জৰিয়তে লাভ কৰা ডিপ্লমা পাঠ্যক্ৰম, যি নামেৰেই নহওক কিয়, গ্ৰহণ কৰা নহ’ব।
লোকসেৱা আয়োগৰ ৱেবছাইটত
বিজ্ঞাপনৰ সবিশেষ:
Online Apply -