Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Traffic Star

Ad

Atomic Image Slider & Breking News

Breaking

Monetag Ad

Slider Menu

Slider Menu

Employment Exchange Re- Registration : নিয়োগ বিনিময় পুণৰ পঞ্জীয়ন কৰিলনে ? এনেকৈ ঘৰতে অনলাইন আবেদন দাখিল কৰক

Employment Exchange Re- Registration : নিয়োগ বিনিময় পুণৰ পঞ্জীয়ন  কৰিলনে ? এনেকৈ ঘৰতে অনলাইন আবেদন দাখিল কৰক




By Good Assam



আপুনি যদি Assam Direct Recruitment ত এইবাৰ 3rd আৰু 4th Grade ত এপ্লাই কৰিছে তেনেহলে এইটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ বাতৰি।

চলিত মাহতেই অতি সোনকালে পুনৰ পঞ্জীয়ন কৰক, নহ'লে আপুনি চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰিব বা চাকৰিৰ বাবে যিকোনো বাচনি পৰীক্ষা দিব নোৱাৰিব।


কেনেকৈ কৰিব পুনৰ পঞ্জীয়ন?


একেবাৰে সহজ! এতিয়া ঘৰতেই নিজৰ মোবাইলৰ সহায়ত পঞ্জীয়ন কৰিব পাৰিব ।

প্ৰথমে আপোনাৰ Crome Browser আপডেট কৰক। কেৱল Crome Browser ত হে চাপৰ্ট কৰিব।
চৰকাৰৰ Sewa Setu Official Website লৈ যাওক আৰু Login কৰক -

https://sewasetu.assam.gov.in/iservices/login

পাচৱৰ্ড পাহৰি গৈছে যদিও কোনো কথা নাই । Password পাহৰিলে Forget Password Option আছে তাত ক্লিক কৰি যি কোনো এটা Option বাচনি  কৰক । যেনে - মোবাইল নম্বৰ, আপোনাৰ ID ইত্যাদি।

Login হৈ যোৱাৰ পাছত Aadhar Card নম্বৰ Submit কৰিব লাগিব আৰু আগৰ Employment Exchange সম্পূৰ্ণ নম্বৰ বহুৱাই Search কৰিব লাগিব।

 ইয়াৰ পিছত আপুনি কি কি এপ্লিকেচন Submit কৰিছিল সেইবোৰ দেখা পাব।

তাৰে Employment Exchange Registration বিচাৰক।

এতিয়া Re-Registration ত ক্লিক কৰক। আপোনাৰ এপ্লাই কৰা Form খন খোল খাব।‌
এতিয়া সকলো ভালদৰে পৰীক্ষা কৰক।

চাকৰি নোপোৱা সকলে Unemployment বাচনি কৰি তলত Save and Next টিপক।

এনেদৰে গৈ আপুনি আপোনাৰ Qualification অন্তৰ্ভুক্ত কৰিব লাগিব।

HSLC pass Certificate, Marksheet PDF formatত লাগিব। ইয়াৰ বাবে Image to PDF file Converter Download কৰিব।

আপোনাৰ Certificate আৰু Marksheet বোৰ মোবাইলেৰে ফটো তুলি লৈ PDF format কৰিব পাৰিব।

ইয়াৰ পিছত আপুনি অধ্যয়ন কৰা বিভাগৰ নাম, পঢ়া Subject সমূহৰ নাম, শিক্ষা বিভাগৰ নাম, স্কুলৰ নাম, কিমান তাৰিখে Admission লৈছে ( ১ বছৰ আগৰ চন আৰু জানুৱাৰী মাহ দিব পাৰে)  আৰু কিমান তাৰিখে পাছ কৰিছে ( সকলোৰে Marksheet ত উপলব্ধ )  তাৰ মাহ আৰু চন , কিমান শতাংশ নম্বৰ লাভ কৰিছে ইত্যাদি অন্তৰ্ভুক্ত কৰিব লাগিব।

ইয়াৰ পিছত Email ID verification কৰিবলৈ ক'ব।

Verify হৈ যোৱাৰ পিছত Submit কৰিলে আপোনাৰ কাম সফলতাৰে হৈ যাব।

ইয়াৰ বাবে ১ টকাও খৰচ নহʼব। মাথো মোবাইল Data প্ৰয়োজন হʼব।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection