এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলত ঘোষণা কৰা হোৱা নাই কোনো শীৰ্ষ স্থান।
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা।
কলা শাখাত উৰ্ত্তীণৰ হাৰ ৮১.০৩শতাংশ
বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৮৪.৮৮শতাংশ
বাণিজ্য শাখাত উৰ্ত্তীণৰ হাৰ ৮২.১৮শতাংশ
(1) কলা শাখাত অৱতীৰ্ণ হৈছে মুঠ ২২৬৭৫৬গৰাকী শিক্ষাৰ্থী।
(2) ইয়াৰে ৪৯৫৭৭গৰাকীয়ে লাভ কৰিছে প্ৰথম বিভাগ।
(3) দ্বিতীয় বিভাগত উৰ্ত্তীণ হৈছে ৮০৬৫০গৰাকী পৰীক্ষাৰ্থী
(4) তৃতীয় বিভাগত উৰ্ত্তীণ হৈছে ৫৩৫১৮গৰাকী পৰীক্ষাৰ্থী।
(5) মুঠ উৰ্ত্তীণ হৈছে- ১৮৪৭৪৫গৰাকী পৰীক্ষাৰ্থী
(6) কলা শাখাত উৰ্ত্তীণৰ হাৰ- ৮১.০৩শতাংশ।
কলা শাখাত উৰ্ত্তীণৰ হাৰৰ শীৰ্ষত বাক্সা জিলা।
জিলাখনৰ উৰ্ত্তীণৰ হাৰ ৯৫.২১ শতাংশ।
উৰ্ত্তীণৰ হাৰত কলা শাখাত দ্বিতীয় স্থানত আছে দৰং জিলা।
জিলাখনত উৰ্ত্তীণৰ হাৰ ৯৩.৮২শতাংশ।
কলা শাখাত উৰ্ত্তীণৰ হাৰত সৰ্বনিম্ন কাছাৰ জিলা।
জিলাখনত উৰ্ত্তীণৰ হাৰ ৫৮.৯৬শতাংশ।
লখিমপুৰ জিলাত কলা শাখাত উৰ্ত্তীণৰ হাৰ- ৯০.৫০শতাংশ।
শিৱসাগৰ জিলাত কলা শাখাত উৰ্ত্তীণৰ হাৰ- ৯০.৭৮ শতাংশ।
ধেমাজি জিলাত কলা শাখাত উৰ্ত্তীণৰ হাৰ- ৮৯.৮২শতাংশ।
নগাওঁ জিলাত কলা শাখাত উৰ্ত্তীণৰ হাৰ ৮৮.২৭শতাংশ।
কামৰূপ মেট্ৰত কলা শাখাত উৰ্ত্তীণৰ হাৰ ৭৪.৫৭শতাংশ।
নলবাৰী জিলাত কলা শাখাত উৰ্ত্তীণৰ হাৰ ৮৯.২৭শতাংশ।
বিজ্ঞান শাখা :
(১) ২০২৫বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বিজ্ঞান শাখাত অৱৰ্তীণ হৈছিল মুঠ- ৫৬৯০৯গৰাকী পৰীক্ষাৰ্থী।
(২) ইয়াৰে প্ৰথম বিভাগ লাভ কৰিছে ২৫৮২৭গৰাকী পৰীক্ষাৰ্থীয়ে।
(৩) দ্বিতীয় বিভাগ লাভ কৰিছে ১৯২৮৬গৰাগকী পৰীক্ষাৰ্থীয়ে।
(৪) তৃতীয় বিভাগ লাভ কৰিছে ৩১৯৬গৰাকী পৰীক্ষাৰ্থীয়ে।
(৫) মুঠ উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৪৮৩০৯গৰাকী।
(৬) বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ- ৮৪.৮৮শতাংশ।
বাণিজ্য শাখা :
(১)উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বাণিজ্য শাখাত অৱৰ্তীণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ১৭৭৪৬গৰাকী।
(২) ইয়াৰে ৬,৫১৯গৰাকী পৰীক্ষাৰ্থী প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে।
(৩) দ্বিতীয় বিভাগত উৰ্ত্তীণ হৈছে ৫৭৬০গৰাকী পৰীক্ষাৰ্থী।
(৪) তৃতীয় বিভাগত উৰ্ত্তীণ হৈছে ২৩০৫গৰাকী পৰাক্ষাৰ্থী।
(৫) বাণিজ্য শাখাত মুঠ উৰ্ত্তীণ পৰীক্ষাৰ্থীৰ সংখ্যা ১৪৫৮৪গৰাকী।
(৬) উৰ্ত্তীণৰ হাৰ ৮২.১৮শতাংশ।
মেছেজৰ জৰিয়তে লাভ কৰিব ফলাফল :
(২) টাইপ কৰক, এনেকৈ- ASSAM12 <space> Your-Roll-Number
(২) প্ৰেৰণ কৰক 56263 নম্বৰলৈ
ইয়াৰ পাছতে আপুনি লাভ কৰিব আপোনাৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল এছ এম এছৰ জৰিয়তে।