আপুনিও হ'ব পাৰে গুড অসমৰ বেটুপাত আৰু লিখনি সমূহৰ মডেল। Good Assam Model
এই মাহৰ বেটুপাতৰ মডেলঃ উপাসনা প্ৰিয়ম
By Good Assam
আপুনিও হ'ব পাৰে গুড অসমৰ বেটুপাত আৰু লিখনি সমূহৰ মডেল। দৈনিক ই-আলোচনী গুড অসমৰ ৱেবছাইটত আৰু ফেচবুক পেজত থাকিব আপোনাৰ ফটোখন। বাচনি কৰা ফটোখনহে এমাহৰ বাবে বেটুপাতত থাকিব। বাকি ফটো সমূহ বিভিন্ন সৌন্দৰ্য্য বিষয়ক লিখনি বা অন্যান্য লিখনিত প্ৰকাশ পাব।
নিয়ম সমূহ:
• আপোনাৰ ফটোখন Edit কৰা হ'ব নালাগিব। Makeup কৰিব।
• আমালৈ ২ খন ফটো ইমেইল যোগেহে পঠিয়াব লাগিব। নিজৰ নাম ঠিকনা আৰু পাৰিলে ফোন নম্বৰ উল্লেখ কৰিব। ইমেইল আইডি - goodassam@hotmail.com ।
• কেৱল ইমেইল যোগে পঠিওৱা ফটোহে গ্ৰহণযোগ্য হ'ব।
• এই বাচনি প্ৰক্ৰিয়া প্ৰতি মাহে থাকিব, অৰ্থাৎ আপুনি প্ৰতি মাহে ভাগ ল'ব পাৰিব। বাচনি হ'লে ফেচবুক পেজখনত প্ৰকাশ কৰা হ'ব।
• গুড অসমে পুৰস্কাৰ দিয়াৰ ব্যৱস্থাও কৰিব। গুড অসমৰ তৰফৰ পৰা থাকিব আপোনালৈ উপহাৰ।
• বয়স ১৫ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰত হ'ব লাগিব।
• পুৰুষ-মহিলা উভয়ে এই শিতানত ভাগ ল'ব পাৰিব।
• অধিক তথ্যৰ বাবে আপুনি ফেচবুক পেজখন লাইক কৰিবলৈ নাপাহৰিব আৰু গুড অসম প্ৰতিদিনে পঢ়িবলৈ নাপাহৰিব।