Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব। ◾প্ৰতিদিনৰ অতিৰিক্ত আপডেট সমূহ ফেচবুক পেজত উপলব্ধ। সেয়েহে আমাৰ ফেচবুক পেজখনো Follow কৰিবলৈ নাপাহৰিব।

Type Here to Get Search Results !

Ads Mondi Floting

Breking Tiger

Slider Post

Shareus Ads

Mandi Ads

Slider Menu

Slider Menu

Traffic Star Ads

বেটুপাতৰ মডেলঃ

বিজ্ঞাপন

আপুনিও হ'ব পাৰে গুড অসমৰ বেটুপাত আৰু লিখনি সমূহৰ মডেল। Good Assam Model




আপুনিও হ'ব পাৰে গুড অসমৰ বেটুপাত আৰু লিখনি সমূহৰ মডেল


By Good Assam 


আপুনিও হ'ব পাৰে গুড অসমৰ বেটুপাত আৰু লিখনি সমূহৰ মডেল। দৈনিক ই-আলোচনী গুড অসমৰ ৱেবছাইটত আৰু ফেচবুক পেজত থাকিব আপোনাৰ ফটোখন। বাচনি কৰা ফটোখনহে এমাহৰ বাবে বেটুপাতত থাকিব। বাকি ফটো সমূহ বিভিন্ন সৌন্দৰ্য্য বিষয়ক লিখনি বা অন্যান্য লিখনিত প্ৰকাশ পাব। 





বেটুপাতৰ মডেলঃ প্ৰিয়া 



◽নিয়ম সমূহ:


• আপোনাৰ ফটোখন Edit কৰা হ'ব নালাগিব। Makeup কৰিব।


• আমালৈ ২ খন ফটো ইমেইল বা WhatsApp যোগে পঠিয়াব লাগিব। নিজৰ নাম ঠিকনা আৰু পাৰিলে ফোন নম্বৰ উল্লেখ কৰিব। ইমেইল আইডি - goodassam@hotmail.com ।

• কেৱল ৰেজিষ্ট্ৰেচন কৰা ফটোহে গ্ৰহণযোগ্য হ'ব।

• এই বাচনি প্ৰক্ৰিয়া প্ৰতি মাহে থাকিব, অৰ্থাৎ আপুনি প্ৰতি মাহে ভাগ ল'ব পাৰিব। ৰেজিষ্ট্ৰেচন fees মাথো 350 টকা। বাচনি হ'লে ফেচবুক পেজ আৰু আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হ'ব।

• গুড অসমে পুৰস্কাৰ দিয়াৰ ব্যৱস্থাও কৰিছে। বাচনি হোৱা মডেল গৰাকীলৈ গুড অসমৰ তৰফৰ পৰা থাকিব এটি আকৰ্ষণীয় উপহাৰৰ টোপোলা।

• বয়স ১৫ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰত হ'ব লাগিব।

• পুৰুষ-মহিলা উভয়ে এই শিতানত ভাগ ল'ব পাৰিব।

• অধিক তথ্যৰ বাবে আপুনি ফেচবুক পেজখন লাইক কৰিবলৈ নাপাহৰিব আৰু গুড অসম প্ৰতিদিনে পঢ়িবলৈ নাপাহৰিব। 

গুড অসম ই-আলোচনী পঢ়িবলৈ Visit কৰিব :




Tags

Bottom Post Ad