অনলাইনত দৈনিক ২০০ ডলাৰ উপাৰ্জন কৰক। শ্ৰেষ্ঠ ধন উপাৰ্জন এপ
By Good Assam
Affiliate marketing এটা অতি সহজ ব্যৱসায় আৰু আপুনি সহজেই অনলাইনত ধন উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিব পাৰে। আপুনি কৰিবলগীয়া একমাত্ৰ কামটো হ’ল Affiliates ৱেবছাইটত Sing up কৰা আৰু তেওঁলোকৰ Offer সমূহৰ লিংক নিজৰ ৱেবচাইট বা ফেচবুক নাইবা WhatsApp ত ফটোৰ সৈতে Share কৰা।
আপোনাৰ কাম হ'ল তেওঁলোকৰ চাইটলৈ ট্ৰেফিক বৃদ্ধি কৰা আৰু আপোনাৰ ৱেবছাইট বা সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকৰ সামগ্ৰী প্ৰচাৰ কৰা। আপুনি Share কৰা লিংকত গৈ যেতিয়া দৰ্শকে ক্ৰয় কৰিব তেতিয়া আপুনি ধন উপাৰ্জন কৰিব। আৰু আপোনাৰ লিংকৰ জৰিয়তে সামগ্ৰী ক্ৰয় কৰা প্ৰতিজন ব্যক্তিৰ বাবে আপুনি দৰমহা পাব।
ইয়াকে কোৱা হয় Affiliates বুলি।
এনেকুৱা এটি ৱেবছাইট হৈছে: https://earnkaro.com/ যি ভাৰতীয় হয় ।
Pop বিজ্ঞাপন:
ই এটা Pop বিজ্ঞাপনৰ ৱেবছাইট।
এই ৱেবছাইটত একাউন্ট এটা সজাৰ আগতে Blogger.com নাইবা WordPress.com ত ৱেবছাইটত সাজিব লাগিব। আপুনি কিছু ভাল লিখনি লিখক। এই লিখনি পঢ়িবলৈ ফেচবুকত বা অন্যান্য সামাজিক মাধ্যমত লিংক Share কৰক। এতিয়া এই ৱেবছাইটত Popads Account টোত সংযোগ কৰি Advertise Code জেনেৰেট কৰক।
এই কোডটো আপোনাৰ ৱেবছাইটৰ পেজ বা layout ত যোগ কৰক। আপুনি নিজেই আপোনাৰ ৱেবছাইটো দৈনিক কেইবাবাৰো visit কৰিলৈ দিনত $5 কৈ উপাৰ্জন কৰিব পাৰি।
• কিছুমান ভাল Dollar earning apps 2025
1. DoorDash
2. Survey Junkie
3. Drop
4. Rover
5. Skillz Mobile Games
6. Mistplay
7. InboxDollars
8. Sweatcoin
9. Swagbucks
10. Rakuten
11. Instacart
12. Trim Financial Manager
13. KashKick
14. Opinion Outpost
15. Use Freelance Apps