By Good Assam ১৮ মে' ২০২৫
ৰহাত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি।
ৰে'লৰ আগত জঁপিয়াই আত্মহনন এজন যুৱকৰ।
কুঞ্জ কাকতি নামৰ যুৱকজনে সংঘটিত কৰিলে এই ঘটনা। শনিবাৰে নিশা উজনিমুৱা কলংপাৰ এক্সপ্ৰেছৰ আগত পৰি আত্মহনন। এটা নিউজ চেনেলৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল কুঞ্জ কাকতি। আত্মত্যাৰ পূৰ্বে ফেচবুকত দিছিল পোষ্ট। আত্মত্যাৰ কাৰণ এগৰাকী বিবাহিতা মহিলা বুলি ফেচবুক পোষ্টত উল্লেখ কৰিছিল।
ৰাজ্যখনত ভয়ংকৰ মহামাৰীৰ দৰেকৈ বৃদ্ধি পাইছে পৰকীয়া প্ৰেমৰ ঘটনা। কিয় পৰে পৰকীয়া প্ৰেমত ? আজি আপোনালোকে জানিবলৈ পাব গুড অসমত।
এজন ১৯ বছৰীয়া যুৱকৰ পৰা আৰম্ভ কৰি ৩৫ বছৰীয়া ডেকালৈকে পাগল হৈ পৰিছে পৰকীয়া প্ৰেমত। কি হ'ব পাৰে ইয়াৰ কাৰণ ? জানো আহক-
আমি কেইবাজনো পুৰুষক সুধিছিলো যে সিহঁতে কিয় তিৰোতা ভাল পায় । পৰকীয়া প্ৰেমত পৰাৰ কাৰণ সমূহ জালি লওঁক -
(১) বহু পুৰুষে তিৰোতাৰ প্ৰতি আকৰ্ষিত হ'য়, কাৰণ তিৰোতাৰ শৰীৰ আকৰ্ষণীয়। - ৰুপম নাথ
(২) ছোৱালীয়ে প্ৰেমত পৰিলে খুবেই অশান্তি দিয়ে। কিন্তু তিৰোতাই অশান্তি নকৰে। - অতুল ডেকা।
(৩) তিৰোতাই সুবিধা দিয়ে। দৈহিক সুখ বেছিকৈ পোৱা যায়।
- মিন্টু কলিতা।
(৪) আমাৰ মন গলে কলেই হ'ল। কেতিয়াও না নকৰে। কিন্তু ছোৱালীয়ে বহুত বাহানা কৰে। - খগেন ।
(৫) ছোৱালীতকৈ মহিলা বিলাক ধুনীয়া। দেখিলে ৰʼব নোহোৰো। কৈ দিলেই সুবিধা লাভ কৰোঁ।
- নয়ন জ্যোতি কাকতি।
(৬) সম্পৰ্ক আৰু মিলন হʼবলৈ সহজ। কোনো ভয় নাথাকে। ছোৱালীৰ সৈতে বহুত ভয় থাকে। পেটত পোৱালি হলে ফচি মৰিব লাগিব। - পংকজ ৰাভা।
(৭) "পৰকীয়া পিৰীতি ৰস সাধনাৰ ৰীতি" - এই কথা হায়াৰ চেকেণ্ডেৰীৰ পাঠ্যক্ৰমত পাইছিলো। বিখ্যাত কবি চণ্ডীদাসে নিজৰ পৰকীয়া প্ৰেমৰ কথা কবিতাৰ মাজেৰে উল্লেখ কৰি গৈছে। পৰকীয়া প্ৰেমত তেওঁ কাব্য ৰচনা কৰিছিল। মই ভাবো তিৰোতাৰ প্ৰেমত পৰা বেছি সুখ আছে যি চণ্ডীদাসেও কৈ গৈছে।
- মনোজ হালৈ।