নতুন হিন্দী চিনেমা Raid 2' য়ে ২ দিনত বাজেটৰ ৮০% উপাৰ্জন কৰিলে, অজয় দেৱগনৰ ছবিখন হ'ব ব্লকবাষ্টাৰ, হিট
অজয় দেৱগানৰ ছবি Raid 2 য়ে বক্স অফিচত যিদৰে উপাৰ্জন কৰিছে। দেখিয়েই যেন অনুমান কৰিব পাৰি যে ব্লকবাষ্টাৰ হ’ব পাৰে।
অজয় দেৱগন আৰু ৰিতেশ দেশমুখৰ বিস্ময়কৰ সংলাপ, সিংঘাম অভিনেতাজনৰ সুন্দৰ অভিনয় আৰু অভিযানৰ আচৰিত কাহিনী দৰ্শকে ভাল পাইছে। ২০১৮ চনৰ ৰেইডৰ দ্বিতীয় খণ্ড Raid 2 ( 2025 ) এতিয়া ১ মে’ত ছবিগৃহত মুক্তি পোৱাৰ লগে লগে টকা বহুত লাভ কৰিবলৈ আৰম্ভ কৰিছে।
Please Wait 1-2 Minutes