তেল বা ঔষধে লিংগ ডাঙৰ কৰে নেকি ?
লিংগ ডাঙৰ কৰিবলৈ দুটা সঠিক উপায়ৰ বিষয়ে জানিবলৈ পঢ়িব।
By Good Assam
( এই লিখনি কেৱল সমস্যা সমাধানৰ বাবেহে )
আপোনাৰো লিংগ সৰু নেকি ?
সৰু লিংগৰ বাবে মানসিক চাপত ভুগি আছে নেকি?
তেনেহলে এই লিখনি আপোনাৰ বাবে।
বহুতো আলোচনী বা বাতৰি কাকতত নাইবা বিজ্ঞাপনত দেখা পোৱা যায় যে টেবলেট বা ঔষধে লিংগৰ আকৃতি ডাঙৰ কৰিব পাৰে । কয় যে এইবিধ তেলেৰে মালিচ কৰিলে লিংগ ডাঙৰ হʼব... এইয়া একেবাৰে সত্য নহ'য়। কাৰণ, লিংগ ডাঙৰ কৰিবলৈ বৰ্তমানলৈকে কোনো ঔষধ বা তেল নাই। মাথো যৌন ইচ্ছা বঢ়াই তোলাহে ঔষধ আছে। সেয়েহে বিজ্ঞাপন বা কবিৰাজৰ কথাত ভোল গৈ টকা ব্যয় নকৰিব।
লিংগ হৰু হ'লে এইবোৰ সমস্যা হ'ব পাৰে নেকি ?
আচলতে লিংগ সৰু হোৱাক লৈ কোনো চিন্তা কৰাৰ কাৰণ নাই। লিংগ সৰু হʼলেও যৌন আনন্দ লʼব পাৰে আৰু সন্তান জন্ম দিব পাৰে। কথা হ'ল সমনীয়াহঁতৰ পৰা শুনা ভুল ধাৰণা আৰু চৰিত্ৰ হীন বা কামাতুৰ নাৰীৰ বাবেহে পুৰুষৰ চিন্তা বাঢ়িছে।
চৰিত্ৰ হীন বা কামাতুৰ নাৰীক ডাঙৰ যৌনাংগৰ প্ৰয়োজন হয়। কিয়নো, এনে নাৰীৰ কাম ভাব বেছি বাবে আঙুলিৰে নাইবা অন্য পুৰুষৰ দ্বাৰা যৌনতা উপভোগ কৰি থাকে । যাৰ ফলত নাৰীজনীৰ যৌনাংগ বহল আৰু যৌনাংগৰ ভিতৰৰ ছাল কঠিন হয় কাৰণে অধিক ঘঁহিনিৰ আৱশ্যক হয়। তেতিয়া সৰু লিংগই কাম নকৰা হʼয়।
পৱিত্ৰ আৰু ধৰ্মৱতী নাৰীৰ বাবে সৰু লিংগই প্ৰিয়। এনে নাৰী পৱিত্ৰ কাৰণে স্ত্ৰী যৌনাংগ বহল আৰু কঠিন নহয়।
লগতে এইটোও জনা উচিত যে - যি সকল পুৰুষৰ খুব যৌন ইচ্ছা বেছি তেওঁলোকে প্ৰতি দিনে হাতেৰে মৈথুন কৰে বাবে লিংগৰ আকৃতি বেয়া হয় আৰু বিভিন্ন যৌন সমস্যা, ধাতু দুৰ্বলতা, শিঘ্ৰপতন আদি সমস্যাত ভোগে।
কেনেকৈ লিংগৰ আকৃতি বঢ়াব পাৰি বাৰু ?
মনত ৰাখিব - লিংগৰ আকৃতি বঢ়াবলৈ টেবলেট বা কোনো তেলে আপোনাৰ সমস্যাৰ সমাধান নিদিব।
তেন্তে কেনেকৈ লিংগৰ আকৃতি বঢ়াব পাৰি?
(১) লিংগৰ আকৃতি বঢ়াবলৈ অপাৰেশ্যন বা অস্ত্ৰপ্ৰচাৰ কৰিব লাগিব। তেতিয়াহে এটা সুন্দৰ, দীঘল আৰু ডাঙৰ লিংগ পোৱা যায়। এই সুবিধাৰ বাবে চিকিৎসকৰ সৈতে কথা পাতিব।
(২) লিংগৰ আকৃতি ডাঙৰ কৰিবলৈ অন্য এক উপায় হল লিংগ পাম্পৰ সহায় লোৱা । লিংগ পাম্পে বায়ুৰ চাপ ব্যৱহাৰ কৰি আপোনাৰ লিংগৰ ৰক্তবাহী নলী ভৰাই দিয়ে যাতে আপোনাৰ লিংগৰ আকৃতি বাঢ়ে ।
ইৰেক্টিল ডিছফংচন (ED)ৰ বাবে কেইবাটাও ঔষধবিহীন চিকিৎসাৰ ভিতৰত লিংগ পাম্প অন্যতম।
এই ডিভাইচসমূহ তুলনামূলকভাৱে সহজে চলাব পাৰে। কিন্তু সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ, কিয়নো অনুচিত ব্যৱহাৰৰ ফলত ক্ষতি বা পাৰ্শ্বক্ৰিয়াৰ সামান্য আশংকা থাকে।
লিংগ পাম্পক ভেকুৱাম পাম্প বা ভেকুৱাম ইৰেকচন পাম্প বুলিও কোৱা হয়। ডিভাইচটোত আছে:
• আপোনাৰ লিংগৰ ওপৰত ফিট হোৱা এটা নলী।
• আপোনাৰ লিংগৰ গুৰিৰ চাৰিওফালে ফিট হোৱা এটা ছিল বা আঙঠি।
• বেটাৰী চালিত বা হেণ্ডহেল্ড ভেকুৱাম পেক যিয়ে নলীৰ পৰা বায়ু টানে, যাৰ ফলত ইৰেকচন আৰম্ভ হয়।
• একেবাৰে সৰু লিংগ থকা এজনৰ বাবে লিংগ পাম্প সঠিক নহ’বও পাৰে। কিন্তু যদি আপোনাৰ লিংগ মধ্যমীয়া , তেন্তে লিংগ পাম্প এটা ভাল চিকিৎসাৰ বিকল্প হ’ব পাৰে।
লিংগ পাম্প কেনেকৈ ব্যৱহাৰ কৰিব?
লিংগ পাম্প ব্যৱহাৰ কৰাটো প্ৰথমতে অলপ আচৰিত যেন লাগিব পাৰে, কিন্তু ইয়াক চলাবলৈ মোটামুটি সহজ যন্ত্ৰ।
লিংগৰ ওপৰত নলীডাল ৰাখি আৰম্ভ কৰক। নলীৰ পৰা বিৰক্তিৰ পৰা হাত সাৰিবলৈ আপুনি লুব্ৰিকেণ্ট জেল বা অইল ব্যৱহাৰ কৰিব পাৰে।
যদি বেটাৰী আছে, তেন্তে পাম্পটো অন কৰক বা হেণ্ড পাম্প ব্যৱহাৰ কৰি টিউবৰ ভিতৰৰ পৰা বায়ু পাম্প কৰিবলৈ আৰম্ভ কৰক। কিছুমান এই পাম্পত পানীও ভৰাই লোৱা দেখা যায়। বায়ুৰ চাপৰ পৰিৱৰ্তনৰ ফলত আপোনাৰ লিংগৰ ৰক্তবাহী নলীত তেজ জমা হ’ব। আপোনাৰ ইৰেকচন হ’বলৈ মাত্ৰ কেইমিনিটমান সময় লাগিব পাৰে।
তাৰ পিছত আপুনি নলীডাল আঁতৰাই যৌন সম্পৰ্কত লিপ্ত হ’ব পাৰে।
লিংগৰ আঙঠি ব্যৱহাৰ কৰিব লাগেনে?
বেছিভাগ লিংগ পাম্প ব্যৱস্থাতে লিংগ আঙঠি বা সংকোচন আঙঠি থাকে যিটো আপুনি আপোনাৰ লিংগৰ ওপৰত নিৰ্ভৰ কৰি পিন্ধে। ইয়াৰ উদ্দেশ্য হৈছে আপোনাৰ লিংগৰ পৰা তেজৰ সোঁত বাধা দি আপোনাৰ ইৰেকচন বজাই ৰখাত সহায় কৰা।
এবাৰ ইৰেকচন হ’লে লিংগৰ গুৰিৰ চাৰিওফালে সংকোচন আঙঠিটো ৰাখিব পাৰে, আৰু তাৰ পিছত নলীডাল আঁতৰাই পেলাব পাৰে। লিংগৰ আঙঠিটো একে ঠাইতে ৰাখক, কিন্তু ২৫ মিনিটতকৈ বেছি সময় নহয়, কিয়নো ইয়াৰ ফলত তেজৰ সোঁতত প্ৰভাৱ পৰিব পাৰে আৰু আপোনাৰ লিংগৰ ক্ষতি হ’ব পাৰে।
এই লিংগ পাম্প ক'ত পাব ?
এই লিংগ পাম্প অনলাইন ৱেবছাইটত উপলব্ধ। ভাল ৰেটিং থকা আৰু ভাল কোম্পানীৰ লিংগ পাম্প কিনিব।
অৰ্ডাৰ কৰিলে গম পাব নেকি ?
আপুনি অৰ্ডাৰ কৰা লিংগ পাম্পৰ বিষয়ে ডেলিভাৰী বয় জনে নাজানিব।
ঘৰৰ এনে এটা স্থানত ৰাখক যাতে সৰু লʼৰা-ছোৱালী বা অন্য ব্যক্তিৰ দৃষ্টিগোচৰ নহয়।
দাম কিমান হʼব ?
ইয়াৰ বাবে আপুনি বিভিন্ন Shopping Website চাব।
কি নামেৰে search কৰিলে বিচাৰি পোৱা যাব ?
লিংগ পাম্পক ( Penis Pump) বা পেনিচ ভেকুৱাম পাম্প ( Penis Vacuum Pump ) নামেৰে জনা যায়।