Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Atomic Image Slider & Breking News

Breaking

Partner.house

AdCash banner

Auto Tag Ad Cash

Slider Menu

Slider Menu

মাতৃ দিৱস ২০২৫ : মাতৃ দিৱসৰ দিনা আপোনাৰ মাতৃক স্বাস্থ্যকৰ উপহাৰ দিয়ক : Mother's Day

মাতৃ দিৱস ২০২৫ : মাতৃ দিৱসৰ দিনা আপোনাৰ মাতৃক স্বাস্থ্যকৰ উপহাৰ দিয়ক






By Good Assam 


 মাতৃ দিৱস উপলক্ষে মাতৃক কিছু স্বাস্থ্যসন্মত উপহাৰ দিব পাৰে আৰু লগতে তেওঁৰ স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিব পাৰে। যাতে যিকোনো ধৰণৰ ৰোগৰ পৰা আঁতৰি থাকে।

মাতৃয়ে কেৱল সন্তান আৰু পৰিয়ালৰ যত্ন লয়। কিন্তু নিজৰ কেতিয়াও নিজৰ যত্ন নলয় বা ল'বলৈ সময় নাপায়। এনে পৰিস্থিতিত মাতৃ দিৱস উপলক্ষে আপুনি আপোনাৰ মাতৃক কিছু স্বাস্থ্যকৰ উপহাৰ দিব পাৰে আৰু লগতে তেওঁৰ স্বাস্থ্যৰ যত্ন লব পাৰে।  





মা, সকলৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ লৈ যাওঁক । মা সকলৰ যাতে কোনো ধৰণৰ কষ্ট আৰু ৰোগ নহয় তাৰ প্ৰতিও আজিৰ পৰা লক্ষ্য ৰাখক।

মা, হৈছে এনে এগৰাকী নাৰী যি অতিকৈ আপোন যাক ভগৱানতকৈ ওপৰত স্থান দিয়া হয়। যি আমাৰ ভুল হ'লেও ক্ষমা কৰি জীৱনৰ সুপথত অতিক্ৰম কৰিবলৈ নীতি শিক্ষা, সাহস , মৰম দিয়ে আৰু আমাৰ যত্ন লয়। 

সেয়েহে আজি, প্ৰতিগৰাকী মাতৃলৈ সশ্ৰদ্ধ প্ৰণাম জনালোঁ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection