World Environment Day 2025: Living in Harmony with Nature
( You can also read in English below )
৫ জুন বিশ্ব পৰিৱেশ দিৱস : প্ৰকৃতিৰ সৈতে সহাৱস্থান: আমাৰ দায়িত্ব
Word Environment Day : प्रकृति के साथ सह-अस्तित्व: हमारी ज़िम्मेदारी
( नीचे आप हिंदी में भी पढ़ सकते हैं
( অপূৰ্ব দাস )
প্ৰতি বছৰে ৫ জুনত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। এই দিৱস পৰিৱেশ সুৰক্ষা আৰু সজাগতাৰ বাবে উৎসৰ্গিত। ১৯৭২ চনত ৰাষ্ট্ৰসংঘই প্ৰতিষ্ঠা কৰা আৰু ১৯৭৪ চনত প্ৰথমবাৰৰ বাবে উদযাপন কৰা এই দিনটো প্ৰকৃতিৰ সৈতে আমাৰ সম্পৰ্ক পুনৰ বুজি পোৱাৰ সুযোগেই নহয়, আমাৰ আচৰণ আৰু নীতি সলনি কৰিবলৈও প্ৰেৰণা যোগায়।
২০২৫ চনত বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে-
"ভূমি পুনৰুদ্ধাৰ, মৰুভূমি আৰু খৰাং স্থিতিস্থাপকতা"। এইবাৰ ইয়াৰ আয়োজন কৰিছে চৌদি আৰবে।
২০২৫ চনৰ বিষয়বস্তুৰ গুৰুত্বঃ
১/ ভূমিৰ অৱক্ষয়:
ভূমি আমাৰ জীৱনৰ আধাৰ। কিন্তু আজি বিশ্বৰ প্ৰায় ৪০% ভূমি অৱক্ষয়ৰ বলি হৈছে। খেতি কৰিব পৰা ভূমিৰ অভাৱ, গছ কটা আৰু নিৰ্বিচাৰ নিৰ্মাণ কামে পৰিৱেশৰ ভাৰসাম্যহীনতাৰ সৃষ্টি কৰিছে।
২/ মৰুভূমিৰূপীকৰণ:
ভূমিৰ গছ-গছনি কাটিলে পানীৰ অভাৱ হয় বা বানপানীয়ে উটুৱাই লৈ গৈ মৰুভূমিৰ সৃষ্টি হয়। বিশেষকৈ আফ্ৰিকা, এছিয়া আৰু ভাৰতৰ বহু ঠাইত এই সমস্যা দ্ৰুতগতিত বিয়পি পৰিছে। ইয়াৰ মূল কাৰণ হ’ল পানীৰ অভাৱ, নিৰ্বিচাৰে গছ কটা।
৩/ খৰাং বা বানপানীৰ স্থিতিস্থাপকতা:
খৰাং কেৱল পানীৰ অভাৱ নহয়, ই এক সামাজিক, অৰ্থনৈতিক আৰু পৰিৱেশ সংকট। জলবায়ু পৰিৱৰ্তনৰ ফলত বৰষুণৰ চক্ৰত ভাৰসাম্যহীনতা সৃষ্টি হৈছে, যাৰ ফলত খৰাং আৰু বানপানী পৰিস্থিতিৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। এইয়া গছ-গছনি কটা আৰু বায়ু প্ৰদূষণৰ ফল।
বিশ্ব পৰিৱেশ দিৱসৰ ইতিহাস:
১৯৭২: ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সন্মিলন (ষ্টকহ’ম সন্মিলন)ত ইয়াৰ ভেটি স্থাপন কৰা হয়।
১৯৭৪: প্ৰথম বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়, যাৰ বিষয়বস্তু আছিল “কেৱল এখন পৃথিৱী”।
প্ৰতি বছৰে: বিভিন্ন দেশৰ দ্বাৰা আয়োজিত, আৰু প্ৰতিবাৰেই এটা নতুন থিম স্থাপন কৰা হয়।
ভাৰতত পৰিৱেশ দিৱস:
ভাৰতে পৰিৱেশ সুৰক্ষাক সদায় সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰা হিচাপে লৈ আহিছে। গছ, নদী, পৰ্বত আৰু জীৱ-জন্তু সকলোকে দেৱ-দেৱীৰ দৰে পূজা কৰা হয়। কিন্তু আজি ভাৰততো পৰিৱেশ সংকটৰ সন্মুখীন হৈছে:
বনাঞ্চল ধ্বংস , বায়ু আৰু পানী প্ৰদূষণ, জলবায়ু পৰিৱৰ্তন,
জৈৱ বৈচিত্ৰ্যৰ ক্ষতি ইত্যাদি।
ভাৰত চৰকাৰে “National Mission on Green India”, “Swachh Bharat Mission”, “Namami Gange”, আৰু “Atal Ground Water Scheme” আদি আঁচনি আৰম্ভ কৰিছে, কিন্তু এইবোৰে মাটিত প্ৰভাৱ পেলাব তেতিয়াহে যেতিয়া সাধাৰণ নাগৰিকেও নিজৰ দায়িত্ব বুজিব।
২০২৫ চনত আমাৰ কৰ্তব্যঃ
১/ বৃক্ষৰোপণক আন্দোলন হিচাপে গঢ়ি তোলা:
প্ৰতিজন নাগৰিকে এবছৰত অন্ততঃ এজোপা গছ ৰোপণ কৰিব লাগে। বিদ্যালয়, মহাবিদ্যালয়, পঞ্চায়ত আৰু পৌৰ নিগমসমূহে বৃক্ষৰোপণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগে।
২/ পানী সংৰক্ষণ:
বৰষুণৰ পানী ৰাহি কৰিবলৈ বৰষুণৰ পানী সংগ্ৰহ ব্যৱস্থা স্থাপন কৰিব লাগে। পানীৰ অপচয় ৰোধ কৰিবলৈ জনসচেতনতা বৃদ্ধি কৰিব লাগে।
৩/ আৱৰ্জনা ব্যৱস্থাপনা:
প্লাষ্টিকৰ ব্যৱহাৰ কম কৰক। "3R" - Reduce, Reuse, Recycle গ্ৰহণ কৰিব লাগে। প্লাষ্টিক আৱৰ্জনা পৃথক কৰাৰ অভ্যাস প্ৰতিটো ঘৰতে গঢ়ি তুলিব লাগে। ইয়াক পেলাই নিদি পুনৰ ব্যৱহাৰ আৰু উৎপাদনৰ কামত লগাব লাগে।
৪/ জৈৱিক কৃষিৰ প্ৰসাৰঃ
ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰ হ্ৰাস কৰি জৈৱিক কৃষি গ্ৰহণ কৰিব লাগে যাতে মাটিৰ গুণাগুণ অটুট থাকে। ৰাসায়নিক সাৰ আৰু ট্ৰেক্টোৰ প্ৰয়োগ কৰাৰ বাবে কেঁচু, মাছ, কেঁকোৰা আদি পৰিবেশৰ বন্ধু নাইকীয়া হ'বৰ উপক্ৰম হৈছে।
৫/ শক্তি সংৰক্ষণ:
শক্তি ৰাহি কৰিবলৈ এল ই ডি বাল্ব, সৌৰশক্তি আৰু ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিব লাগে।
প্ৰযুক্তি আৰু পৰিৱেশ:
২০২৫ চনত প্ৰযুক্তিয়ে ডাঙৰ ভূমিকা পালন কৰিছে। উপগ্ৰহ, কৃত্ৰিম বুদ্ধিমত্তা, আৰু তথ্য বিশ্লেষণৰ জৰিয়তে আমি ভূমিৰ গুণাগুণ, খৰাং পৰিস্থিতি, আৰু পানীৰ উৎস নিৰীক্ষণ কৰিব পাৰো। কিন্তু প্ৰযুক্তিৰ ব্যৱহাৰ তেতিয়াহে লাভজনক হ’ব যেতিয়া নীতি নিৰ্ধাৰক আৰু সাধাৰণ জনতা উভয়ে ইয়াৰ গুৰুত্ব বুজিব।
পৰিৱেশ শিক্ষাৰ ভূমিকা:
শিশুসকলক প্ৰাথমিক শিক্ষাতেই পৰিৱেশজনিত সমস্যাৰ বিষয়ে তথ্য দিব লাগে। ‘বহনক্ষম উন্নয়ন’, ‘জলবায়ু পৰিৱৰ্তন’, আৰু ‘সেউজ প্ৰযুক্তি’ক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ দ্বাৰা পৰৱৰ্তী প্ৰজন্ম অধিক সচেতন আৰু দায়িত্বশীল নাগৰিক হ’ব।
আমাৰ দায়িত্ব:
বিশ্ব পৰিৱেশ দিৱস কেৱল এটা দিন নহয়, বৰঞ্চ এক অবিৰত আন্দোলন। যদি আমি আমাৰ জীৱনশৈলীত সৰু সৰু পৰিৱৰ্তন কৰো তেন্তে ইয়াৰ ডাঙৰ প্ৰভাৱ পৰিব পাৰে:
• প্লাষ্টিকৰ বেগৰ সলনি কাপোৰ বা পাটৰ বেগ ব্যৱহাৰ কৰক।
• গছ কটাৰ আগতে দহবাৰ চিন্তা কৰক।
• পৰিৱেশ সজাগতা বিয়পাই দিয়া উচিত – ছ’চিয়েল মিডিয়া, পোষ্টাৰ, ৰেলী আদিৰ জৰিয়তে এই কাম কৰক।
“পৃথিৱী আমাৰ মাতৃ, আৰু ইয়াক ৰক্ষা কৰাটো আমাৰ দায়িত্ব।”
বিশ্ব পৰিৱেশ দিৱস ২০২৫ য়ে আমাক সোঁৱৰাই দিয়ে যে এতিয়াই কিবা এটা কৰাৰ সময়, চিন্তা কৰাৰ সময় নহয়। এই গ্ৰহটোক বচাবলৈ আমি ব্যক্তি আৰু সমাজ পৰ্যায়ত সুনিৰ্দিষ্ট পদক্ষেপ ল’ব লাগিব। এই কাম কেৱল চৰকাৰ বা প্ৰতিষ্ঠানৰ নহয়, প্ৰতিজন নাগৰিকৰ।
আমি এতিয়াই জাগি নুঠিলে আগন্তুক প্ৰজন্মই আমাক ক্ষমা নকৰিব।
আহক আমি একেলগে এটা প্ৰতিশ্ৰুতি লওঁ - "আমি পৰিৱেশ ৰক্ষা কৰিব লাগিব, পৃথিৱীখনক স্বৰ্গ কৰি ল'ব লাগিব।"
World Environment Day 2025: Living in Harmony with Nature
( Apurba Das)
World Environment Day is celebrated every year on June 5th to raise awareness and promote action for the protection of our environment. Established by the United Nations in 1972, the first official celebration took place in 1974. Since then, this day has become a global platform for public outreach, with participation from over 150 countries.
World Environment Day 2025 is being hosted by Saudi Arabia, with the official theme:
“Land Restoration, Desertification and Drought Resilience”.
This theme addresses three of the most critical environmental challenges of our time — restoring degraded land, halting desertification, and building resilience to drought.
The Significance of the 2025 Theme
1. Land Degradation
Land degradation occurs when fertile land becomes barren due to overuse, deforestation, urban expansion, or unsustainable agriculture. Today, nearly 40% of the world’s land is degraded, affecting billions of people and threatening food security.
2. Desertification
Desertification is the process by which productive land turns into desert due to factors such as climate change, deforestation, and poor land management. It leads to loss of biodiversity, extreme poverty, and migration in affected regions.
3. Drought Resilience
Droughts are becoming more frequent and severe due to climate change. Drought resilience means improving our ability to cope with these dry periods through water conservation, sustainable agriculture, and community preparedness.
This year's theme emphasizes the urgent need to repair our damaged ecosystems, especially land — the foundation of life.
History of World Environment Day :
1972: The concept of World Environment Day was introduced at the Stockholm Conference on the Human Environment.
1974: The first World Environment Day was observed with the theme “Only One Earth”.
Every Year: A different country hosts the event with a new theme to highlight a pressing environmental issue.
India’s Role in Environmental Conservation
India has a deep-rooted cultural and spiritual connection with nature. Rivers, mountains, animals, and forests are often worshipped as divine entities. Yet, modern development has led to serious environmental challenges in the country:
Air and water pollution
Deforestation
Climate change effects
Loss of biodiversity
Government initiatives like Swachh Bharat Mission, Namami Gange, Green India Mission, and Atal Bhujal Yojana are making progress. However, lasting impact requires active participation of every citizen.
Our Duties and Actions in 2025
1. Plant Trees
Every citizen should pledge to plant and nurture at least one tree a year. Schools, colleges, corporations, and local governments should launch mass tree plantation drives.
2. Conserve Water
Water harvesting systems must be installed in homes and institutions. Public campaigns should educate people on the importance of saving water.
3. Proper Waste Management
Reduce the use of single-use plastics. Practice and promote the 3Rs: Reduce, Reuse, Recycle. Separate wet and dry waste at home and support recycling efforts.
4. Promote Organic Farming
Encourage farmers to use organic methods that do not degrade the soil. Reduce dependency on chemical fertilizers and pesticides.
5. Save Energy
Use energy-efficient appliances like LED bulbs. Shift to renewable energy sources like solar power and adopt public transport to reduce carbon footprints.
Role of Technology in Environmental Protection
In 2025, technology offers powerful tools to combat environmental challenges:
Satellites monitor land degradation and deforestation.
AI and big data predict weather patterns and manage natural resources.
Smart farming improves land productivity with minimal environmental impact.
But technology alone is not enough. Policies and public awareness must go hand in hand.
Environmental Education for the Future
The future lies in the hands of the younger generation. Therefore, environmental awareness must be an integral part of school curricula:
Teach students about sustainability, climate change, and green technologies.
Organize field trips to forests, recycling plants, and water treatment facilities.
Launch eco-clubs in schools and colleges to encourage practical action.
Individual Responsibility: Small Actions, Big Impact
World Environment Day is not just about events, posters, or speeches. It’s a call to action — a reminder that every small step counts:
Use cloth or jute bags instead of plastic.
Do not cut trees unnecessarily; plant more instead.
Save electricity by turning off unused appliances.
Support eco-friendly products and businesses.
Spread awareness through social media, local campaigns, and community meetings.
Challenges Ahead
Despite progress, major hurdles remain:
Climate change continues to intensify natural disasters.
Urbanization is increasing pressure on natural resources.
Lack of environmental law enforcement in many areas.
Only a collective effort — from individuals, communities, governments, and international organizations — can overcome these challenges.
“Nature does not need us, but we need nature.”
World Environment Day 2025 is a reminder that we must act now to protect our land, water, and ecosystems. By restoring degraded lands, preventing desertification, and becoming resilient to droughts, we safeguard the planet for future generations.
Let us not wait for another disaster to awaken us. Let this Environment Day be the turning point. Let’s live in harmony with nature — not just for one day, but every day.
Word Environment Day : प्रकृति के साथ सह-अस्तित्व: हमारी ज़िम्मेदारी
( Apurba Das )
हर साल 5 जून को विश्व पर्यावरण दिवस (World Environment Day) मनाया जाता है। यह दिन पर्यावरण के संरक्षण और जागरूकता के लिए समर्पित होता है। 1972 में संयुक्त राष्ट्र द्वारा इसे स्थापित किया गया था और पहली बार 1974 में मनाया गया। यह दिन न केवल प्रकृति से हमारे संबंधों को फिर से समझने का अवसर है, बल्कि यह हमारे व्यवहार और नीतियों में बदलाव लाने की प्रेरणा भी देता है।
2025 में, विश्व पर्यावरण दिवस की थीम है:
"Land Restoration, Desertification and Drought Resilience", यानी "भूमि पुनर्स्थापन, मरुस्थलीकरण और सूखा-प्रतिरोध"। इसकी मेज़बानी इस बार सऊदी अरब (Saudi Arabia) द्वारा की जा रही है।
2025 की थीम का महत्व:
1. भूमि का क्षरण (Land Degradation):
भूमि हमारे जीवन का आधार है। लेकिन आज करीब 40% वैश्विक भूमि क्षरण का शिकार हो चुकी है। खेती योग्य भूमि की कमी, पेड़ों की कटाई और अंधाधुंध निर्माण कार्यों ने पर्यावरणीय असंतुलन पैदा कर दिया है।
2. मरुस्थलीकरण (Desertification):
मरुस्थलीकरण तब होता है जब उपजाऊ भूमि रेगिस्तान में बदलने लगती है। यह समस्या विशेष रूप से अफ्रीका, एशिया और भारत के कई हिस्सों में तेजी से फैल रही है। इसका मुख्य कारण जल की कमी, पेड़ों की अंधाधुंध कटाई, और अनियंत्रित चराई है।
3. सूखा-प्रतिरोध (Drought Resilience):
सूखा केवल पानी की कमी नहीं है, यह एक सामाजिक, आर्थिक और पारिस्थितिक संकट है। जलवायु परिवर्तन के कारण वर्षा चक्र में असंतुलन आ गया है जिससे सूखे की घटनाएं बढ़ रही हैं।
विश्व पर्यावरण दिवस का इतिहास:
1972: संयुक्त राष्ट्र पर्यावरण सम्मेलन (Stockholm Conference) में इसकी नींव रखी गई।
1974: पहला विश्व पर्यावरण दिवस मनाया गया, जिसकी थीम थी “Only One Earth”।
हर साल: अलग-अलग देशों द्वारा मेज़बानी की जाती है, और हर बार एक नई थीम निर्धारित होती है।
भारत और पर्यावरण दिवस:
भारत ने हमेशा पर्यावरण संरक्षण को सांस्कृतिक और धार्मिक परंपरा के रूप में देखा है। पेड़, नदियाँ, पर्वत और जानवर सभी को देवी-देवताओं की तरह पूजा जाता है। लेकिन आज भारत भी पर्यावरणीय संकटों का सामना कर रहा है:
वनों की कटाई
वायु और जल प्रदूषण
जलवायु परिवर्तन
जैव विविधता का नाश
भारत सरकार ने “नेशनल मिशन ऑन ग्रीन इंडिया”, “स्वच्छ भारत मिशन”, “नमामि गंगे”, और “अटल भूजल योजना” जैसी योजनाएं शुरू की हैं, लेकिन ज़मीनी स्तर पर इनका असर तभी होगा जब आम नागरिक भी अपनी जिम्मेदारी समझें।
2025 में हमारे कर्तव्य:
1. वृक्षारोपण को आंदोलन बनाना:
हर नागरिक को साल में कम से कम एक पेड़ लगाना चाहिए। स्कूल, कॉलेज, पंचायत और नगर निगम को वृक्षारोपण कार्यक्रम में भाग लेना चाहिए।
2. जल संरक्षण:
बारिश का पानी बचाने के लिए रेन वॉटर हार्वेस्टिंग सिस्टम लगाना चाहिए। पानी की बर्बादी रोकने के लिए जनजागरूकता बढ़ानी चाहिए।
3. कचरा प्रबंधन:
प्लास्टिक का उपयोग कम करें। "3 R" (Reduce, Reuse, Recycle) को अपनाना चाहिए। घर-घर में गीले और सूखे कचरे को अलग करने की आदत डालनी चाहिए।
4. जैविक खेती को बढ़ावा:
रासायनिक खाद और कीटनाशकों का उपयोग कम करके जैविक खेती अपनानी चाहिए ताकि मिट्टी की गुणवत्ता बनी रहे।
5. ऊर्जा संरक्षण:
ऊर्जा बचाने के लिए LED बल्ब, सौर ऊर्जा और सार्वजनिक परिवहन का उपयोग करना चाहिए।
टेक्नोलॉजी और पर्यावरण:
2025 में तकनीक एक बड़ी भूमिका निभा रही है। सैटेलाइट्स, आर्टिफिशियल इंटेलिजेंस, और डेटा एनालिटिक्स के माध्यम से हम भूमि की गुणवत्ता, सूखे की स्थिति, और जल स्रोतों की निगरानी कर सकते हैं। लेकिन तकनीक का उपयोग केवल तभी लाभकारी होगा जब नीति निर्धारक और आम जनता दोनों इसके महत्व को समझें।
पर्यावरण शिक्षा की भूमिका:
बच्चों को प्रारंभिक शिक्षा में ही पर्यावरणीय मुद्दों के बारे में जानकारी दी जानी चाहिए। पाठ्यक्रम में ‘सस्टेनेबल डेवेलपमेंट’, ‘क्लाइमेट चेंज’, और ‘ग्रीन टेक्नोलॉजी’ को शामिल किया जाना चाहिए। इससे अगली पीढ़ी अधिक जागरूक और ज़िम्मेदार नागरिक बन सकेगी।
हमारी ज़िम्मेदारी:
विश्व पर्यावरण दिवस केवल एक दिन नहीं, बल्कि एक सतत आंदोलन है। अगर हम अपनी जीवनशैली में छोटे-छोटे बदलाव लाएं, तो बड़ा असर हो सकता है:
प्लास्टिक की थैलियों की जगह कपड़े या जूट के बैग का उपयोग करें।
पेड़ों को काटने से पहले दस बार सोचें।
पर्यावरण के प्रति जागरूकता फैलाएं – सोशल मीडिया, पोस्टर, रैली आदि के माध्यम से।
"धरती हमारी माँ है, और इसकी रक्षा हमारी जिम्मेदारी है।"
2025 का विश्व पर्यावरण दिवस हमें याद दिलाता है कि अब सोचने का नहीं, कुछ करने का समय है। हमें इस ग्रह को बचाने के लिए व्यक्तिगत और सामाजिक स्तर पर ठोस कदम उठाने होंगे। यह कार्य केवल सरकारों या संस्थाओं का नहीं, बल्कि हर नागरिक का है।
अगर हम अभी नहीं जागे, तो आने वाली पीढ़ियां हमें माफ नहीं करेंगी।
चलो मिलकर प्रण लें – "पर्यावरण को बचाना है, धरती को स्वर्ग बनाना है।"